সোণোৱালি কন্যা হিমালৈ বুলি । আগবাঢ়ি যোৱা হিমা নকৰিবা ভয় সীমাহীন বাধাবোৰ ভাবি , বিশাল জনগণে গবি'ত হব খোজে, তোমাকে সোৱৰণ কৰি। বিশাল বাধা বোৰৰ অন্তহীন কথা ভাবি নৰবা থমকি তুমি, ভাগৰুৱা দেহাটিৰে
বহি নপৰিবা, হতাসাৰ হুমুনিয়াহ কাঢ়ি । আগবাঢ়ি যোৱা হিমা সাহসৰে তুমি ; প্ৰতিৰোধ সকলো ভেদি , দেখিবা সকলোৱে বাট এৰি দিছে , সন্মুখত তোমাক দেখি । বিসাল পৃথিৱীৰ তুমি।
দুৰন্ত গতি ; আগবাঢ়া লৈখলৈ বুলি , সফলতাই এদিন নিজেই আহি দেখা দিবহি , তোমাকে হাতত ধৰি । আনন্দই তেতিয়াই জোৱাৰ তুলিবহি ; হিয়াৰ মাজলৈ আহি , সফলতা হৈ ৰব এয়েটো জীৱনৰ , অতীতক সোৱৰণ কৰি । দেশৰ কৈলান হেতু যিমানেই কৰিবা ; সেয়াই হব জগতৰ চানেকি কম'ময় জীৱনৰ অৱসৰ পৰিলেও তাতে পাব জীৱনে মুকুতি ।